পুনৰ বৃদ্ধি পালে এয়াৰটেলৰ মাহেকীয়া মাচুল By MyNewsNE Desk On Nov 22, 2021 Share এয়াৰটেল চিম কাৰ্ড ব্যৱহাৰকাৰীসকলৰ বাবে দুখবৰ । টেলিকম অপাৰেটৰ ভাৰতী এয়াৰটেলে সোমবাৰে বিভিন্ন প্ৰিপেইড ব্যৱহাৰকাৰীসকলৰ অফাৰৰ বাবে ২০-২৫ শতাংশ শুল্ক বৃদ্ধিৰ কথা ঘোষণা কৰে, যাৰ ভিতৰত আছে শুল্কযুক্ত ভইচ প্লেন, সীমাহীন ভইচ বাণ্ডেল আৰু ডাটা টপ-আপ । এই নতুন হাৰ অহা ২৬ নৱেম্বৰ , শুক্ৰবাৰৰ পৰা কাৰ্যকৰী হ’ব। উল্লেখযোগ্য যে যোৱা ডিচেম্বৰ মাহত শেষ বাৰৰ বাবে এয়াৰটেলে মাচুল বৃদ্ধি কৰিছিল । Related Posts Assam | Lumding news: সংৰক্ষিত বনাঞ্চলৰ পুখুৰীত বন্ধুৰ লগত… Aug 31, 2025 Assam | Raowta news: ঘোষণা কৰা হ’ল BPF ৰ দ্বিতীয়খন… Aug 31, 2025 Watch | Rangia news: ৰঙিয়াৰ মৰাণজানাত বিষপান কৰি মৃত্যুবৰণ… Aug 31, 2025 এই নতুন শুল্ক প্ৰযোজ্য হোৱাৰ পিছত এয়াৰটেলৰ ১৪৯ টকীয়া মাহেকীয়া মাচুল বৃদ্ধি পাই হ’ব ১৭৯ টকা , ৩৯৯ টো হবগৈ ৪৭৯ টকা । আশংকা কৰা হৈছে যে বাকী টেলিকম কোম্পানী সমূহেও কম দিনৰ ভিতৰতে মাচুলসমূহ বৃদ্ধি কৰিব । Share FacebookTwitterReddItWhatsAppPinterestEmail