Local, Vocal, Global

অপেক্ষাৰ অন্ত….. কাইলৈ উচ্চতৰ মাধ্যমিকৰ ফলাফল

  • বৃহস্পতিবাৰে ঘোষণা হ”ব ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ  ফলাফল
  • পুৱা ৯ বজাৰ লগে লগে উপলব্ধ হ’ব ফলাফল
  • ১৪টা ৱেবছাইটৰ লগতে “উপলব্ধ” ম’বাইল appযোগে লাভ কৰিব ফলাফল
  • বিদ্যালয়ৰ পৰিবৰ্তে ছাত্ৰ-ছাত্ৰীক digital মাধ্যমযোগে ফলাফল ল’বলৈ আহ্বান শিক্ষা সংসদৰ
  • ২০২০ বৰ্ষত উচ্চতম মাধ্যমিকত অৱতীৰ্ণ হৈছিল ৰাজ্যৰ মুঠ ২,৩৪,৮০৯গৰাকী পৰীক্ষাৰ্থী
  • কলা শাখাত ১,৭৫,১৭৫গৰাকী
  • বিজ্ঞান শাখাত ৪০,৫৮৮গৰাকী
  • বাণিজ্য শাখাত ১৮,১৭৮গৰাকী
  • বৃত্তিমুখী শিক্ষাত ৮৬৮গৰাকী