Local, Vocal, Global

Kokrajhar lok sabha election 2024 :কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে অবড়ো সুৰক্ষা সমিতিৰ প্ৰাৰ্থী ঘোষণা

নিউজ ডেস্ক,২০মাৰ্চ : কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে অবড়ো সুৰক্ষা সমিতিৰ প্ৰাৰ্থী ঘোষণা ।

অবড়ো নেতা জোন দাস হ’ব অবড়ো সুৰক্ষা সমিতি বিটিএডি অসমৰ কোকৰাঝাৰৰ প্ৰাৰ্থী(Aboro Suraksha Samiti announces candidate for Kokrajhar Lok Sabha seat)

অবড়ো সুৰক্ষা সমিতি বিটিএডি অসমৰ কেন্দ্ৰীয় নেতৃবৃন্দই ঘোষণা কৰিলে কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ।

উল্লেখ্য যে বিটিএডিবাসী অবড়ো ৰাইজৰ হৈ প্ৰতিটো সমস্যাৰ বিষয়ে সততে মাত মাতি এক সুকীয়া পৰিচয় লাভ কৰিছিল জোন দাসে ।

বিগত ১২ বছৰ ধৰি এই সংগ্ৰামৰ লগত জড়িত জোন দাসে বৰ্তমানে অবড়ো সুৰক্ষা সমিতি বিটিএডি অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ।

লগতে পঢ়ক : Former Telangana governor Tamilisai Soundararajan joins BJP : সদ্যপদত্যাগী ৰাজ্যপাল তামিলিছাই সৌন্দৰৰাজনৰ বিজেপিত যোগদান