Local, Vocal, Global

Watch | ABAMSU protest: সাপটগ্রাম ভেলাকোবা পাম বজাৰত উচ্ছেদৰ বিৰুদ্ধে এ বি এমছুৰ তিব্ৰ প্ৰতিবাদ

গোসাইগাওঁ: গোঁসাইগাঁৱৰ সাপ্টগ্রাম ভেলাকোবা পাম বজাৰত সাব্যস্ত কৰে এই তিব্ৰতৰ প্ৰতিবাদ। বিগত কেইদিন ধৰি ধাৰাসাৰে ৰাজ্যৰ বিভিন্ন সংখ্যালঘু অধ্যুষিত অঞ্চলত চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ বিৰোধিতাৰে আজি সংগঠনটোৱে গোসাইগাও মহকুমাখনৰ সাপ্টগ্রাম ভেলাকোবা এখন উত্তাল প্ৰতিবাদি কাৰ্যসূচী ৰূপায়ন কৰে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ সংগঠনটোৰ সাপ্টগ্রাম আঞ্চলিক ৰ ভিন্ন পৰ্য্যায়ৰ সদস্য অংগগ্ৰহণ কৰি । ” অসম চৰকাৰ হায় হায়, বি জে পি মূৰ্দাবাদ, বি জে পি গো বেক, হিমন্ত বিশ্ব শৰ্মা গো বেক্ ” আদি শ্লগানেৰে আকাশ বতাহ কপাই তুলে।
লগতে অসমৰ সকলো মুছলমানক এনেদৰে নিৰ্যাতন নকৰি একত্ৰিত কৰি গুলীয়াই হত্যাৰ আবেদন কৰে চৰকাৰক। বি জে পি চৰকাৰক সংখ্যালঘু অঞ্চলত নিষেধ কৰিম বুলি হুংকাৰ প্রদান কৰে।