Local, Vocal, Global

KAACৰ নিৰ্বাচনত AAPৰ চমক

নিউজ ডেস্ক, ১২ জুন : KAACৰ নিৰ্বাচনৰ ভোট গণনাৰ প্ৰথম ৰাউণ্ডত লাংহিং, মহামায়া সমষ্টিৰ পাছত বোকাজান সমষ্টিতো বিজেপিৰ অগ্ৰগতি। ইয়াৰ বিপৰীতে দ্বিতীয় স্থানত আছে আপৰ প্ৰাৰ্থীগৰাকী।

বোকাজান সমষ্টিত বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ২,৮৬৯টা ভোট তাৰ বিপৰীতে আপৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ১,৯৫০টা ভোট আনহাতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ১,১৫৯টা ভোট। সমষ্টিটোত বিজেপি প্ৰাৰ্থীগৰাকী মুঠ ৯১৯টা ভোটত আগবাঢ়ি আছে।

আনাহাতে লম্বাজং সমষ্টিত প্ৰথম ৰাউণ্ডত বিজেপিয়ে লাভ কৰিছে ৪১২৫টা ভোট,কংগ্ৰেছে লাভ কৰিছে ৩৮১টা আৰু নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ২৬৩টা ভোট।