Local, Vocal, Global

এক শোকাৱহ ঘটনা সংঘটিত হৈছে পাঠশালাৰ কৃষ্ণনগৰত !

পাঠশালাৰ কৃষ্ণনগৰত শোকাৱহ ঘটনা।কাপোৰ মেলিবলৈ গৈ ছাঁদৰ পৰা পৰি মৃত্যু এগৰাকী যুৱতীৰ।পেয়িং গেষ্টৰ ছাঁদৰ পৰা পৰি মৃত্যু ঘটিল ছাত্ৰীৰ গৰাকীৰ।মৃত ছাত্ৰীগৰাকীৰ নাম ৰিশিতা দাস। ছাত্ৰীগৰাকীৰ ঘৰ বজালীৰ বাঘমাৰাত।
ছাত্ৰীগৰাকী পাঠশালা কৃষ্ণকান্ত সন্দিকৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰী আছিল। কাপোৰ মেলিলৈ গৈ ছাঁদৰ পৰা পৰি মৃত্যু হয় ছাত্ৰীগৰাকীৰ। পাঠশালাৰ কৃষ্ণনগৰৰ ধীৰেন চৌধুৰীৰ ঘৰত পেয়িং গেষ্ট হিচাপে আছিল ৰিশিতা দাস।