Watch | Jayantamalla baruah : ৭৯ তম স্বাধীনতা দিৱসত জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলী

নলবাৰী: ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ উদ্যোগত জিলা সভাপতি জয়ন্ত বুজৰবৰুৱা আৰু বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধীকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ নেতৃত্বত এটা বাইক ৰেলী উলিওৱা হয়।
দুপৰীয়া ১ বজাত জাগাৰা সভা খোলা প্ৰাঙ্গণৰ পৰা কেকানকুছি হৈ মুকালমুৱালৈ অনুষ্ঠিত কৰা বাইক ৰেলীত বিজেপি দলৰ বিষয়ববীয়া, কাৰ্য্যকৰ্তা তথা শুভাকাংক্ষী ৰাইজে অংশগ্ৰহণ কৰাৰ লগতে বাকৰিকুছিৰ উচ্ছেদিত ভূমিত উপস্থিত হৈ জাতীয় পতাকা স্থাপন কৰি অবৈধ বেদখলকাৰীক সকিয়নি প্ৰদান কৰে।
লগতে পঢ়ক:Watch | Dumdooma news: ডুমডুমাত স্বাধীনতা দিৱস পালন