Local, Vocal, Global

Watch | Darrang news:দৰং জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন

ৱেবডেস্ক: স্বাধীনতা দিৱসক লৈ দেশজুৰি উছাহ। সমগ্ৰ দেশত আজি ৭৯ তম্ স্বাধীনতা দিৱস পালন কৰা হৈছে। সমগ্ৰ দেশৰ লগতে দৰং জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন। দেখিবলৈ পোৱা গল আজি ১৫ আগষ্টৰ দিনটোত ৰাজপথত হাতে হাতে জাতীয় পতাকা লৈ উলাই আহিল কংগ্ৰেছ নেতা কৰ্মী। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ আহ্বান মর্মে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি ৰাজ্যজুৰি জিলা সদৰ ঠাই সমুহত “ত্ৰিৰংগা যাত্ৰা” কাৰ্যসূচী ৰূপায়ন কৰা হয়। দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ স্বাধীনতা দিৱস উপলক্ষে “ত্ৰিৰংগা যাত্ৰা” কাৰ্যসূচী ৰূপায়ন কৰে দৰং জিলা কংগ্ৰেছে।

লগতে পঢ়ক: Watch | Gaurav gogoi: ত্ৰিৰংগৰ ৰঙেৰে আলোকিত সমগ্ৰ দেশ