Watch | Bilasipara AAMSU protest: বিলাসীপাৰাত আমছুৰ উত্তাল প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি
বিলাসীপাৰা: বিলাসীপাৰাত আমছুৰ উত্তাল প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি।
আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত হতাহতি।
ৰাজ্যত চলা উচ্ছেদ অভিযানক অমানৱীয় আখ্যা দি বিলাসীপাৰাত জিলা আমছুৱে সাব্যস্ত কৰে প্ৰতিবাদ।
আৰক্ষীৰ বেৰিকেড নেওচি আমছুৰ উত্তাল প্ৰতিবাদ।
‘অসম চৰকাৰ হায় হায়, আৰক্ষী মুর্দাবাদ ধ্বনিৰে উত্তাল কৰিলে ৰাজপথ’।
‘অমানৱীয় উচ্ছেদ বন্ধ কৰক’ আদি শ্লোগান দি উত্তপ্ত কৰি তোলে বিলাসীপাৰা ।
উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ অহা আমছু নেতাৰ ওপৰত জপিয়াই পৰিল আৰক্ষী।
লগতে পঢ়ক: Watch | Cachar news: কাছাৰৰ কাটিগড়াৰ প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা