Local, Vocal, Global

Watch | Keshab Mahanta : ‘ আগন্তুক বিধানসভাত কলিয়াবৰত কংগ্ৰেছক লৈ চিন্তিত নহয় অসম গণ পৰিষদ ‘

কলিয়াবৰ: ‘আগন্তুক বিধানসভাত কলিয়াবৰত কংগ্ৰেছক লৈ চিন্তিত নহয় অসম গণ পৰিষদ’

কলিয়াবৰত উপস্থিত হৈ মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ।

‘কলিয়াবৰ বিধানসভা সমষ্টিৰ সমূহ পঞ্চায়তত এইবাৰ কংগ্ৰেছ শূণ্য হৈছে’।

‘পূৰ্বতে কংগ্ৰেছৰ চৰকাৰ থাকোতেও কলিয়াবৰত অসম গণ পৰিষদ দলৰ দখলত’।

‘অগপ-বিজেপি মিত্ৰ যুঁতে দখল কৰিছে কলিয়াবৰৰ আটাইকেইখন পঞ্চায়ত’।

মন্তব্য -মন্ত্ৰী কেশৱ মহন্তৰ।

লগতে পঢ়ক: Watch | Nagarbera news: পাৰাস্তম্ভ দৈনিক বৃদ্ধি পোৱাৰ লগে লগে বাঢ়িছে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ