Local, Vocal, Global

Watch | Rakibul Hussain : ‘মুখ্যমন্ত্ৰীয়ে NRCত নাম থাকিলেও বিতাড়ন কৰিম বুলি কোৱাটো আমি বিৰোধিতা কৰো’-ৰকিবুল হুছেইন

নিউজ ডেস্ক: ‘মুখ্যমন্ত্ৰীয়ে NRCত নাম থাকিলেও বিতাড়ন কৰিম বুলি কোৱাটো আমি বিৰোধিতা কৰো’
‘মুখ্যমন্ত্ৰীয়ে NRCত নাম থাকিলেও বিতাড়ন কৰিম বুলি কোৱাটো আইন বহিৰ্ভূত’
‘বিদেশী বিতাড়নক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক লৈ সৰৱ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন’
‘প্রকৃত দোষী সকলক শাস্তি দিব লাগে, নির্দোষী লোকৰ ওপৰত অত্যাচাৰ হ’ব নালাগে’
‘দোষী নে নির্দোষী আইন আছে আদালত আছে,বিচাৰ কৰিব’
‘মুখ্যমন্ত্ৰীয়ে এনেদৰে ক’ব নোৱাৰে’
‘ভাৰত চৰকাৰে স্বীকৃতি দিয়াৰ পিছত মুখ্যমন্ত্রীয়ে কেনেকৈ এই মন্তব্য কৰিব পাৰে’
‘মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰবিষয়ে আমি আইনজ্ঞ সকলৰ লগত কথা পাতিম’
‘মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিষয়ে আমি আইনজ্ঞ সকলৰ লগত কথা পাতিম’
এনেদৰে মুখ্যমন্ত্ৰীয়ে NRCত নাম থাকিলেও বিতাড়ন কৰিম বুলি কোৱা মন্তব্যৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন ।