Local, Vocal, Global

WATCH | Moran News : মৰাণৰ হাজোৱা চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

ৰাণ,১০জুন : মৰাণৰ হাজোৱা চাহ বাগিচাত শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে আজি শ্ৰমিক সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

আদিবাসী ছাত্ৰ সন্থা হাজোৱা প্ৰাথমিক সমিতিৰ উদ্যোগত লোৱা ধৰ্ণা কাৰ্যসূচীত শ্ৰমিক সকলে বাগিচা পৰিচালকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে(Moran News)।

৭টাকৈ দাবীৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে বাগিচা পৰিচালক । এই দাবী ৭ দিনৰ ভিতৰত পূৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিয়ে আদিবাসী ছাত্ৰ সন্থাই । বাগিচা পৰিচালকে শ্ৰমিক সকলক বাৰে বাৰে প্ৰতাৰণা কৰা অভিযোগ তুলিছে আদিবাসী ছাত্ৰ সন্থাই ।

লগতে পঢ়ক : Watch | Jamugurihat ice-cream factory: জামুগুৰিহটৰ ইটাখোলা কেন্দ্ৰত আইচক্ৰীম ফেক্টৰী স্থাপন