Local, Vocal, Global

Watch | Inauguration of four new projects of Dergaon Municipal Council: দেৰগাঁও পৌৰসভাৰ চাৰিটাকৈ নতুন প্ৰকল্প শুভ উদ্বোধনী


দেৰগাঁও : দেৰগাঁও পৌৰসভাৰ চাৰিটাকৈ নতুন প্ৰকল্প শুভ উদ্বোধনী কৰে কাজিৰঙা লোক সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই । জাবৰ নিষ্কাশন, বিশুদ্ধ খোৱাপানী যোগানকে আদি কৰি চাৰিটা নৱ নিৰ্মিত প্ৰকল্পৰ শুভ উদ্বোধন কৰে সাংসদ গৰাকীয়ে।
দেৰগাঁৱৰ নৰেন শম্মা স্মৃতি পথাৰত আৰু দেৰগাঁও সমজিলাৰ কায্যালয়ৰ চৌহদত দুটাকৈ বিশুদ্ধ খোৱা পানী আচঁনিৰয়ে সাধাৰণ জনতা যথেষ্ট উপকৃত কৰিব । ঠান্দা আৰু গৰম দুই বিধেই পানী উপলব্ধ হব এই বিশুদ্ধ খোৱা পানী আচঁনি খনত । অন্যহাতে অসমৰ ভিতৰতে প্ৰথমটো উন্নত মানৰ জাবৰ নিস্কাশন কেন্দ্ৰটিয়ে দনগৰখন পৰিস্কাৰৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব । এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।