কৰ’নাৰ গ্ৰাসত সমগ্ৰ দেশত

- ভাৰতত কৰ’না আক্ৰান্তৰ সংখ্যা ৫ লাখ ৮৫ হাজাৰলৈ বৃদ্ধি
- দেশত মৃতকৰ সংখ্যা ১৭,৪১০লৈ বৃদ্ধি
- মঙলবাৰৰ দিনটোত আক্ৰান্ত প্ৰায় ১৮ হাজাৰ লোক
- মঙলবাৰৰ দিনটোতে মৃত্যু ঘটিছে ২,০০৩ জন লোকৰ
- জুন মাহত ভাৰতত আক্ৰান্ত হ’ল ৪ লাখ লোক
- আমেৰিকা, ব্ৰাজিলৰ পাছতে ভাৰতত সৰ্বাধিক আক্ৰান্ত জুনত