WATCH | Gaurav Gogoi : ‘অখিল গগৈৰ ডাঙৰীয়াৰ কথাবোৰ মই অলপ ধৰিবলৈ টান পাইছোঁ’
নিউজ ডেস্ক,২৯এপ্ৰিল : ‘অখিল গগৈৰ ডাঙৰীয়াৰ কথাবোৰ মই অলপ ধৰিবলৈ টান পাইছোঁ’
‘তেওঁ এদিন আমাৰ পক্ষত কথা ক’ব, দুদিন পিছত আমাৰ বিপক্ষে কথা ক’ব’
‘এদিন তেওঁ কংগ্ৰেছৰ লগত চাহ খাব পিছদিনা গালি পাৰিব’
‘তেওঁ কোনদিন কি ক’ব ধৰিবলৈ টান হৈছে’
‘ৰাজনীতি কৰিবলৈ মানুহক স্থিৰতা লাগে’
অখিল গগৈক সমালোচনা গৌৰৱ গগৈৰ(Gaurav Gogoi)
লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটৰ গোধমৰাচুক গাঁৱত গৰু চুৰিৰ ঘটনা