Watch | Raota protest : ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে ওদালগুৰিৰ ৰৌতাত উলামা কাউন্সিল অফ বিটিআৰ’ৰ তীব্ৰ প্ৰতিবাদ
ওদালগুৰি: ওদালগুৰি জিলাৰ ৰৌতাৰ আমিনপাৰা মাদ্ৰাছা প্ৰাংগনত উলামা কাউন্সিল অফ বিটিআৰৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। এই আইন কোনোপধ্যেই মানি লোৱা নহব, এই আইন যদি বাতিল নকৰে পৰৱৰ্তী সময়ত ইয়াতকৈ আৰু ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ উলামা কাউন্সিল অফ বিটিআৰৰ।আজি জুম্মা নামাজৰ পিছতে উলামা কাউন্সিল অফ বিটিআৰ আৰু প্ৰায় শতাধিক ৰাইজে ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।