WATCH | Gaurav Gogoi : ‘বিজেপিত কথা কোৱাৰ গণতান্ত্ৰিক অধিকাৰ নাই’
নিইজ ডেস্ক,৩০মাৰ্চ: ‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাতকৈ স্থানীয় সাংসদ সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ক ভাল দৰে জানে’
‘মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়লৈ যিমান বাৰ গৈছে স্থানীয় সাংসদ সৰ্বানন্দ সোণোৱালক এবাৰো জনোৱা নাই(Gaurav Gogoi)’
‘বিজেপিৰ নতুন ৰাজ্যিক সভাপতিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ আশে-পাশে থকা মানুহে হিংসা কৰিছে’-সাংসদ গৌৰৱ গগৈ
লগতে পঢ়ক : WATCH | Dibrugarh News : ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰাষ্ট্ৰীয় সভাপতি পদত নিৰ্বাচিত অশোক ওৰাং