Local, Vocal, Global

Watch | AAMSU : ‘ক্ষমতাই মূৰত ধৰিছে বিজেপিক’- আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ

ডেস্ক ৰিপোট: ‘বাজেটত সংখ্যালঘুসকলক একোকে নিদিলে চৰকাৰে’
‘অৰুণোদয় আঁচনিৰ পৰা মুছলমান মহিলাৰ নাম কর্তন কৰিছে হিমন্ত চৰকাৰে’
৯এপ্ৰিলৰ পৰা ৩মে’লৈকে হিমন্ত চৰকাৰৰ বিৰুদ্ধে অসমৰ আকাশ বতাহ কঁপাই তুলিব আমছুৱে
হিমন্ত চৰকাৰৰ এনে অন্যায় অত্যাচাৰৰ বিৰুদ্ধে ৰাজপথলৈ উলাই ওলাই আহিব আমছু
‘সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাবলৈ বিজেপিক ক্ষমতা দিয়া হৈছে নেকি?’
‘সংখ্যালঘু সকলক যদি ভাল পাই স্কুল-কলেজ দিয়ক’
‘অটো, চিলাই মেচিন এইবোৰ আমাক নালাগে এইবোৰ কিনিব পৰা ক্ষমতা আছে’
হুংকাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ

আৰু পঢ়ক: