Local, Vocal, Global

Watch | Demand for apology from BJP MP within 24 hours: 24 ঘন্টাৰ ভিতৰত বিজেপিৰ সাংসদক ক্ষমা খুজাৰ দাবী

বিলাসীপাৰা: অসমক লৈ বিজেপি সাংসদৰ বিস্ফোৰক মন্তব্য। অসমৰ ধুবুৰীক’ মিনি বাংলাদেশ ‘আখ্যা বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীৰ। ইয়াৰ পাছতে ৰাজপথলৈ ওলাই আহি হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ। গৰজি উঠিল জিলা আমছু আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমতি। 24 ঘন্টাৰ ভিতৰত সাংসদ গৰাকী অসমবাসী আৰু ধুবুৰী বাসীৰ ওচৰত ক্ষমা নুখুজিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে দুই সংগঠনৰ।