WATCH | Gaurav Gogoi : মুছলমানৰ পক্ষত থিয় দিলে সাংসদ গৌৰৱ গগৈ
নিউজ ডেস্ক,২০মাৰ্চ : মুছলমানৰ পক্ষত থিয় দিলে সাংসদ গৌৰৱ গগৈ
দিল্লীৰ যন্তৰ মন্তৰ প্ৰতিবাদত অংশগ্ৰহন কৰি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল সাসংদ গৌৰৱ গগৈ(Gaurav Gogoi)
ধৰ্ম কি, ধৰ্ম কেনেকৈ পালন কৰিব লাগে,আজি দেশত ধৰ্মৰ নামত যি ঘৃণাৰ ৰাজনীতিক চলিছে তাক লৈ সৰৱ সাংসদ গৰাকী।