Local, Vocal, Global

Watch | Organisation leader’s hooliganism in Dibrugarh: ডিব্ৰুগড়ত সংগঠনৰ নেতাৰ গুণ্ডামী

ডিব্ৰুগড়: ডিব্ৰুগড়ত সংগঠনৰ নেতাৰ গুণ্ডামী। ব্যৱসায় কৰিবলৈ শদিয়াৰ পৰা ডিব্ৰুগড়লৈ আহিব নিদিয়ে সংগঠনৰ নেতা দিগেন দত্তই। ডিব্ৰুগড়ত শাক-পাচলিৰ ব্যৱসায় কৰি পৰিয়াল পোহপাল দি থকা বেপাৰীক ব্যৱসায় কৰিব নিদিয়ে সংগঠনৰ নেতাই, কেৱল মাত্ৰ নিজৰ পইচা পাব লগীয়া টকা বিচাৰোতেই ধমক সংগঠনৰ নেতাই। ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা চিলাৰায় দিৱসক কেন্দ্ৰ কৰি এই ঘটনা। আক্ৰাছু আৰু জিলা বিজেপিয়ে অনুষ্ঠিত কৰিছিল চিলাৰায় দিৱস।