Local, Vocal, Global

Watch | The government will provide Rs 130,000 each to the poor and middle class: ”দৰিদ্ৰ আৰু মধ্যবিত্তক চৰকাৰে দিব ১লাখ ৩০হাজাৰ টকা কৈ ধন ”-হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী: দৰিদ্ৰ আৰু মধ্যবিত্তক চৰকাৰে দিব ১লাখ ৩০হাজাৰ টকা কৈ ধন। ৰাজ্যৰ লাখ লাখ পৰিয়ালে ২৩ মাৰ্চত পাব চৰকাৰৰ এই ধন। ঘৰ নিৰ্মাণৰ বাবে প্রথমটো কিস্তি দিব চৰকাৰে। পকীঘৰ বনাবলৈ চৰকাৰে দিব ১লাখ ৩০ হাজাৰ টকা। অসমৰ প্ৰতিজন লোকৰে থাকিব পকী ঘৰ। মাহিলী উপার্জন ১৫হাজাৰ টকা হ’লেও পাব চৰকাৰী ঘৰ।অসমত নাথাকিব এটাও কেঁচা ঘৰ। ৫একৰ মাটি থাকিলেও পাব বিনামূলীয়া চৰকাৰী ঘৰ। চৰকাৰী ঘৰক লৈ নতুন নিয়ম জাৰি চৰকাৰৰ। এতিয়াৰে পৰা দুচকীয়া বাহন থাকিলেও পাব চৰকাৰী ঘৰ। এই ঘোষণা মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।