Watch | Debabrata Saikia: বাইক ৰাইডাৰ ননীৰ বাইক চুৰি ঘটনাক লৈ প্ৰতিক্ৰিয়া দেবব্ৰত শইকিয়াৰ
গুৱাহাটী: অসমলৈ আহি ভয়ংকৰ বিপদত পৰিল ৰাইডাৰ ৷ গুৱাহাটীৰ পৰা চুৰি হ’ল ৰাইডাৰ ননীৰ বিলাসী বাইক৷ ৬ মাহে ঘূৰিল ভাৰত, অসম পোৱাৰ পিছতে ঘটিল অঘটন ৷
বাইক ৰাইডাৰ ননীৰ বাইক চুৰি ঘটনাক লৈ প্ৰতিক্ৰিয়া দেবব্ৰত শইকিয়াৰ…
‘অসমৰ বাবে লাজৰ কথা ‘
‘অপৰাধ মুক্ত কৰিবলৈ চিচিটিভ সংস্থাপনৰ পাছতো কেনেকৈ অসমত ৰাইডাৰ যুৱতীৰ বাইক চুৰি হ’ল ?’
‘গুৱাহাটীৰ চুকে-কোণে চিচিটিভ লগাইছো বুলি কৈছিল চৰকাৰে’
‘তাৰ পিছতো উত্তৰাখণ্ডৰ পৰা অহা ৰাইডাৰ যুৱতীৰ বাইক চুৰি হ’ল’