Watch | প্ৰতিবাদকাৰীক আটক দৰং আৰক্ষীৰ
গুৱাহাটী: সাংসদ ৰকিবুল হুছেইনক দুস্কৃতিকাৰিয়ে আক্ৰমণ কৰাৰ ২৪ ঘন্টা ওকলি যোৱাৰ পিছতো এজনো দুস্কৃতিকাৰিক অসম আৰক্ষীয়ে আটক কৰিব নোৱাৰাৰ প্ৰতিবাদত মঙ্গলদৈত
দৰংকংগ্ৰেছে প্ৰতিবাদি কাৰ্যসূচী সাব্যস্ত কৰে। দৰং আৰক্ষীয়ে সভাপতি সহ কংগ্ৰেছ কৰ্মী সকলক আটক কৰি মঙ্গলদৈ সদৰ থানালৈ লৈ যায়।