Local, Vocal, Global

Watch | Goalpara District Congress workers protest: গোৱালপাৰা জিলা কংগ্ৰেছৰ কৰ্মী সকলৰ প্ৰতিবাদী কাৰ্যসূচী

গুৱাহাটী: কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তই কৰা আক্ৰমণ পাছতে বিভিন্ন ঠাইত কংগ্ৰেছৰ কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে।গোৱালপাৰা চহৰৰ বিওচিতো গোৱালপাৰা জিলা কংগ্ৰেছৰ কৰ্মী সকলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্ত্তি দাহ কাৰ্যসূচী ৰূপায়ন কৰি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে। ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণৰ কৰা সকলৰ বিৰুদ্ধেও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।