Local, Vocal, Global

BJP blooms in Delhi after 27 years:২৭ বছৰ পিছত দিল্লীত চৰকাৰ গঠন কৰিব বিজেপিয়ে

নিউজ ডেস্ক,৮ফেব্ৰুৱাৰী : দিল্লীত চৰকাৰ গঠনৰ দিশে বিজেপি।২৭ বছৰ পিছত দিল্লীত চৰকাৰ গঠন কৰিব বিজেপিয়ে।

পুৱা ৮ বজাৰ পৰা অব্যাহত আছে দিল্লীত ভোটগণনা পৰ্ব। কিন্তু ইতিমধ্যে স্পষ্ট হৈছে ট্ৰেণ্ড। এতিয়ালৈ প্ৰাপ্ত ট্ৰেণ্ড অনুসৰি, আম আদমি পাৰ্টী ক্ষমতাচ্যুত হোৱা স্পষ্ট। ভাৰতীয় জনতা পাৰ্টীয়ে বহু আসনত আগবাঢ়ি আছে। বিজেপি বৰ্তমান ৪৮খনৰো অধিক আসনত আগুৱাই আছে। আম আদমি পাৰ্টীয়ে অগ্ৰগতি লাভ কৰিছে ২২খন আসনত(BJP blooms in Delhi after 27 years)।

লগতে পঢ়ক :Arvind Kejriwal loses New Delhi : দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰাজয়