Local, Vocal, Global

Delhi Election Results 2025: নতুন দিল্লী বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ হাতত পিছ পৰি আছে অৰবিন্দ কেজৰিৱাল

নিউজ ডেস্ক,৮ফেব্ৰুৱাৰী : আজি ঘোষণা হ’ব দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল। । পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় ভোটগণনা পৰ্ব।

পুৱা ৯-৩০ বজাৰ তথ্য অনুসৰি আপৰ মুৰব্বীগৰাকী অৰবিন্দ কেজৰিৱাল পিছ পৰি আছে। নতুন দিল্লী বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ হাতত পিছ পৰি আছে আপৰ মুৰব্বীগৰাকী(Delhi Election Results 2025)।

ইয়াৰ বিপৰীতে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনিষ চিছোদিয়া ১৪০০ ভোটত আগবাঢ়ি আছে। অৱশ্যে পিছ পৰি আছে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী। এই সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰমেশ বিধুৰী আগবাঢ়ি আছে।

লগতে পঢ়ক :Delhi Election Results 2025: আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা