Local, Vocal, Global

Delhi Assembly Elections 2025: কাইলৈ দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

নিউজ ডেস্ক,৪ফেব্ৰুৱাৰী : বুধবাৰে দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। মুঠ ৭০খন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন।

অহা ৮ফেব্ৰুৱাৰীত ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল। ১.৫০কোটি ভোটাৰে নিৰ্ণয় কৰিব ৬৯৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য(Delhi Assembly Elections 2025)।

লগতে পঢ়ক :Chapar Eviction :চাপৰৰ ধীৰঘাটত উচ্ছেদ অভিযান;বৃহৎ সামৰিক অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত চলে অভিযান