বৃহস্পতিবাৰে ঘোষণা হ’ব চূড়ান্ত পৰীক্ষাৰ ফলাফল
- বৃহস্পতিবাৰে ঘোষণা হ’ব HS চূড়ান্ত পৰীক্ষাৰ ফলাফল
- কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমুখী শাখাৰ ফলাফল ঘোষণা হ’ব
- ২৫ জুনৰ ৯ বজাত ফলাফল লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে
- ১৪টা ৱেবচাইটত উপলব্ধ হ’ব HS দ্বিতীয় বৰ্ষৰ ফলাফল