Local, Vocal, Global

পাণ্ডু-মালিগাঁৱত কৰ’নাৰ গণ-সংক্ৰমণ

  • প্ৰতিদিনে মহানগৰীত বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা
  • আক্ৰান্তৰ অধিকসংখ্যকৰে নাই ভ্ৰমণ ইতিবৃত্ত
  • বিশেষকৈ পাণ্ডু-মালিগাঁৱত আৰম্ভ হৈছে গণ-সংক্ৰমণ
  • ১৬ জুনৰ পৰা ২০গৰাকীৰ  স্বোৱাব পৰীক্ষাত পজিটিভ আহিছে ৭গৰাকীৰ
  •  এতিয়া আতংকিত পাণ্ডু-মালিগাঁওবাসী
  • আতংকিত হৈ নিজে নিজে স্বোৱাব পৰীক্ষাৰ বাবে ওলাই আহিছে পাণ্ডু-মালিগাঁওবাসী
  • স্বোৱাব পৰীক্ষাৰ বাবে পুৱাৰ পৰাই পাণ্ডু FRUত ভীৰ পাণ্ডু-মালিগাঁও বাসীৰ