Local, Vocal, Global

Nizam Uddin Choudhury: AIUDF বিধায়ক নিজাম উদ্দিন চৌধুৰীক নিলম্বন

নিউজ ডেস্ক,৩ডিচেম্বৰ : AIUDF বিধায়ক নিজাম উদ্দিন চৌধুৰীক নিলম্বন(Nizam Uddin Choudhury)।দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগত ৬ বছৰৰ বাবে নিলম্বন বিধায়কগৰাকীক।চৌধুৰী হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ বিধায়ক(AIUDF suspends Algapur MLA for 6 years over alleged anti-party activities)।

বিজেপি আৰু ৰাইজৰ দলৰ সৈতে ঘনিষ্ঠতা ৰখাৰ অভিযোগত প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন বিধায়কজনক। দুদিন মান পূৰ্বে নিলম্বিত হৈছিল হাইলাকান্দিৰ জাকিৰ হুছেইন লস্কৰ।

লগতে পঢ়ক :Drugs peddler arrested along with drugs: STFৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া ছোনা মিঞা;জব্দ বুজন পৰিমাণৰ ড্ৰাগছ