Local, Vocal, Global

Priyanka gains lead of over 3 lakh votes:ৱায়ানাডত প্ৰিয়ংকা গান্ধীৰ বৃহৎ অগ্ৰগতি

নিউজ ডেস্ক,২৩নৱেম্বৰ : ৱায়ানাডত প্ৰিয়ংকা গান্ধীৰ বৃহৎ অগ্ৰগতি।

ৱায়ানাডত কংগ্ৰেছ প্ৰাৰ্থী প্ৰিয়ংকা গান্ধীৰ বিপুল ভোটত লাভ কৰিছে অগ্ৰগতি(Priyanka gains lead of over 3 lakh votes)।

৩৬৮৩১৯ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে প্ৰিয়ংকা গান্ধী।

বৰ্তমানলৈকে তেওঁ লাভ কৰা ভোটৰ সংখ্যা হৈছে ৫৫৭৪৫১টা।

লগতে পঢ়ক :Assam By-election Results 2024 :তানজিলক পিছ পেলাই দিল্পুৰঞ্জনৰ অগ্ৰগতি