Local, Vocal, Global

Heated situation in Rupohihat : উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-কংগ্ৰেছ সমৰ্থকৰ তুমুল সংঘৰ্ষ

ৰূপহীহাট,১৫অক্টোবৰ : ৰূপহীহাটৰ বৰতলত উত্তপ্ত পৰিস্থিতি ।

উপ-নিৰ্বাচনক লৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত তুমুল যুঁজ ।

ভাঙি লণ্ডভণ্ড কৰিলে কেইবাখনো বাহন(Heated situation in Rupohihat)।

হতাহতিত আহত কেইবাজনো কংগ্ৰেছ আৰু বিজেপি সমৰ্থক।

কংগ্ৰেছে কৰ্মীয়ে বিজেপি সমৰ্থক গালি গালাজ পাৰাৰ অভিযোগত সৃষ্টি হয় নিৰ্বাচনী হিংসাৰ।

লগতে পঢ়ক :WhatsApp Warning: ৱাটছএপ ব্যৱহাৰ কৰোঁতে সাৱধান হওক ! নভবা-নিচিন্তাকৈ ক্লিক নকৰিব ৱাটচএপত অহা লিংক