Local, Vocal, Global

Rajinikanth Admitted To Hospital In Chennai: মেগাষ্টাৰ ৰজনীকান্তক চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি

নিউজ ডেস্ক,১অক্টোবৰ : দক্ষিণ চলচ্চিত্ৰ জগতৰ মেগাষ্টাৰ ৰজনীকান্তক চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি । সোমবাৰে নিশা তীব্ৰ পেটৰ বিষত ভুগিছিল অভিনেতাগৰাকী । তাৰ পিছতে চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হয় অভিনেতাগৰাকী(Rajinikanth Admitted To Hospital In Chennai)।

সূত্ৰই জনোৱা অনুসৰি, ১ অক্টোবৰত হব পাৰে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ । মেগাষ্টাৰগৰাকীৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ । অৱশ্যে ৰজনীকান্তৰ স্বাস্থ্য সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য ৰজনীকান্তৰ পৰিয়াল বা চিকিৎসালয়ে দিয়া নাই(Superstar Rajinikanth Admitted to Hospital in Chennai)।

লগতে পঢ়ক :GU Student Clashes: গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুটাকৈ ছাত্ৰাবাস বন্ধৰ সিদ্ধান্ত