Local, Vocal, Global

First phase of Lok Sabha elections to begin tomorrow : কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ;জিলাই জিলাই তৎপৰ প্ৰশাসন

নিউজ ডেস্ক,১৮ এপ্ৰিল : কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। জিলাই জিলাই তৎপৰ প্ৰশাসন ৷ ভোটগ্ৰহণ কেন্দ্ৰ সমূহলৈ ৰাওনা হৈ প্ৰিজাইডিং, প’লিং বিষয়া সকল(First phase of Lok Sabha elections to begin tomorrow)।

প্ৰথম পৰ্যায় নিৰ্বাচন অনুষ্ঠিত হ’ব ডিব্ৰুগড়, কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, যোৰহাট সমষ্টিত। ৰাজ্যৰ ৫ সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব ৩৫ গৰাকীৰ প্ৰাৰ্থীৰ।

১৯ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ হ’ব ভোটগ্ৰহণ । মুঠ ১০,০০১টা ভোটকেন্দ্ৰত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ(First phase of Lok Sabha elections to begin tomorrow)।

লগতে পঢ়ক : Police Raid On Sealdah Kanchenjunga Express Leads To Arrest Of Suspected Drug Peddler : নিউ বঙাইগাঁও জংচনত ড্ৰাগছসহ আটক সৰবৰাহকাৰী