Local, Vocal, Global

JP Nadda will visit Assam today: আজি অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

নিউজ ডেস্ক,১৮ এপ্ৰিল : আজি অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা(JP Nadda will visit Assam today)। নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্য অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকী ।

কোকৰাঝাৰ-ৰৌতা আৰু দুধনৈত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ চলাব প্ৰচাৰ। নাড্ডাক আদৰিবলৈ সাজু বিজেপি-অগপ-UPPLৰ নেতৃত্ব।