Local, Vocal, Global

Former Education Minister ramani barman passes away : প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মনৰ দেহাৱসান; ৮৭ বছৰ বয়সত নলবাৰীত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ

নিউজ ডেস্ক, ৪ মাৰ্চ : প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মনৰ দেহাৱসান। ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে(Former Education Minister ramani barman passes away)।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল ৰমণী বৰ্মন। আজি শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান ৰাজনীতিবিদজনে।

উল্লেখ্য যে, ১৯৭৮ চনত জনতা পার্টী চৰকাৰৰ মন্ত্ৰী আছিল ৰমনী বর্মন। ১৯৭৮ চনত অসম চৰকাৰৰ শিক্ষা আৰু গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী আছিল অধ্যাপক ৰমণী বৰ্মন(Former Education Minister ramani barman passes away)।

লগতে পঢ়ক : Tragic Road Accident in Samuguri : শোকাৱহ দুৰ্ঘটনা;থিতাতে নিহত এজন