Local, Vocal, Global

BJP Releases Initial List Of Candidates For 2024 Lok Sabha Elections : অসমৰ ১১টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা BJP ৰ

লোকসভা নিৰ্বাচনৰ বাবে দিল্লীত BJPৰ প্ৰথমখন তালিকাৰ নাম ঘোষণা অসমৰ ১১টা সমষ্টিৰ বাবে প্ৰাৰ্থী নাম তালিকা ঘোষণা BJP নেতৃত্বতৰ(BJP Releases Initial List Of Candidates For 2024 Lok Sabha Elections)।

ডিব্ৰুগড় সমষ্টিৰ সমষ্টিৰ প্ৰাৰ্থী হ’ব সৰ্বানন্দ সোণোৱাল

যোৰহাট সমষ্টিৰ সমষ্টিৰ প্ৰাৰ্থী হ’ব তপন গগৈ

কৰিমগঞ্জ সমষ্টিৰ প্ৰাৰ্থী হ’ব কৃপানাথ মাল্লা

গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী হ’ব বিজুলী কলিতা মেধি

শিলচৰ সমষ্টিৰ প্ৰাৰ্থী হ’ব পৰিমল শুক্লবৈদ্য

শোণিতপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থী হ’ব ৰঞ্জিত দত্ত

ডিফু সমষ্টিৰ সমষ্টিৰ প্ৰাৰ্থী হ’ব অমৰ সিং টিছ’

কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী হ’ব কামাখ্যা প্ৰসাদ তাছা

লখিমপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থী হ’ব প্ৰদান বৰুৱা

দৰং-ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী হ’ব দিলীপ শইকীয়া

নগাঁও সমষ্টিৰ পৰা প্ৰাৰ্থী হ’ব সুৰেশ বৰা