Local, Vocal, Global

BJP Releases Second List of Nine Candidates : মিজোৰাম বিধানসভা নিৰ্বাচনৰ ৯ জনীয় প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

নিউজ ডেস্ক, ১৮অক্টোবৰ : আগন্তুক বিধানসভা নিৰ্বাচন । বুধবাৰে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰকাশ কৰে আন এক বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা । বিজেপিয়ে মিজোৰাম বিধানসভাৰ নিৰ্বাচনৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে।বিজেপিয়ে মিজোৰামত বিধানসভা নিৰ্বাচনৰ বাবে ৯ জনীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। এই প্ৰাৰ্থীসকলক বিধানসভালৈ সাধাৰণ নিৰ্বাচনৰ বাবে চূড়ান্ত কৰা হৈছে(BJP Releases Second List of Nine Candidates)।

ইতিপূৰ্বে ১৮অক্টোবৰে অৰ্থাত বুধবাৰে বিজেপিয়ে ৭ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মিজোৰামৰ ১২খন বিধানসভাৰ আসনৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। এই সিদ্ধান্তত অনুমোদন জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, আৰু দলৰ মুৰব্বী জে পি নাড্ডাকে ধৰি বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে ।

উল্লেখ্য যে, ৫খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন । এইবছৰতে দেশৰ অনুষ্ঠিত হ’ব ৫ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন । এই বছৰতে তেলেংগানা, ছত্তীশগড়, ৰাজস্থান, মধ্য প্ৰদেশ আৰু মিজোৰামত অনুষ্ঠিত হ’ব নিৰ্বাচন(BJP releases second list of nine candidates for upcoming Mizoram elections) ।

আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ লৈ ইতিমধ্যে শাসক,বিৰোধীয়ে নিৰ্বাচনী প্ৰস্ততি আৰম্ভ কৰিছে(Upcoming election 2023) । ইতিমধ্যে কংগ্ৰেছে বিধানসভাৰ নিৰ্বাচনৰ বাবে দলৰ প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিছে( BJP Releases List of 12 Candidates) । বুধবাৰে বিজেপিয়ে বিধানসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে ।

বুধবাৰে ভাৰতীয় জনতা পাৰ্টিয়ে আগন্তুক মিজোৰাম বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। বিজেপিয়ে মিজোৰামত বিধানসভা নিৰ্বাচনৰ বাবে ১২জনীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। এই পদক্ষেপে অঞ্চলটোৰ নিৰ্বাচনী প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণৰ প্ৰতি বিজেপিৰ দায়বদ্ধতাক প্ৰদৰ্শন কৰিছে(BJP Announces Second List Of Candidates For Mizoram Elections)।

উত্তৰ-পূবৰ ৰাজ্যখনত ৭ নৱেম্বৰত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ৩ ডিচেম্বৰত ভোটগণনা হ’ব।

লগতে পঢ়ক :BJP Releases List of 12 Candidates : বিজেপিৰ ১২ জনীয়া প্ৰাৰ্থী নাম প্ৰকাশ