Local, Vocal, Global

আজিৰ দিনটোৰ ৰাশিফল,চাওক আজিৰ দিনটো আপোনাৰ কেনেকুৱা যাব…

ডিজিটেল ডেস্ক:- মেষ – খৰচত নিয়ন্ত্ৰণ কৰিব। স্বাস্থ্যৰ প্ৰতি সাৱধান হ’ব। হঠাতে কোনো ভাল খবৰ পাব পাৰে। । শুভ সংখ্যা ৯,শুভ ৰং বগা।

মিথুন- স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। পইচা অধিক মাত্ৰাত খৰচ নকৰিব। কামত সফলতা আহিব।

কৰ্কট- আজি পৰিস্থিতি ভাল হ’ব। আনে কোৱা কথাত বিশ্বাস নকৰিব।

সিংহ- বিপদত পৰিব পাৰে। প্ৰিয় জনৰ পৰা বিহুৱান পাব পাৰে। অতি সোনকালেই ভাগ্য সলনি হ’ব আপোনাৰ।

কন্যা- ব্যৱসায়ত ধন বিনিয়োগ কৰিলে লাভৰ সম্ভাৱনা আছে। সময়ৰ সদ্ব্যৱহাৰ কৰক।

তুলা- দ্ৰুত সিদ্ধান্ত নল’ব। কাৰোবাক বিশ্বাস কৰাৰ পূৰ্বে আবেগক চম্ভালিব লাগিব। জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ পাব। কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ আছে।

বৃশ্চিক- কোনো আত্মীয়ৰ সৈতে চলি থকা ভুল বুজাবুজি আঁতৰ কৰা হ’ব। হাতলৈ ধন আহিব। ঘৰলৈ আলহি আহিব পাৰে।

ধনু- দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভূগি থকা সকলে ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। দিনটো ভালদৰে পাৰ হ’ব।

মকৰ- বহুতদিনৰ পৰা ৰৈ থকা ঘৰুৱা কাম আগবাঢ়িব। বৈবাহিক জীৱনত কোনো ভাল খবৰ আহিব। ভ্ৰমণৰ যোগ আছে।

কুম্ভ- সম্পত্তি ক্ৰয়ৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে সুন্দৰ সময় পাৰ হ’ব। হাতত থকা পইচা অধিক মাত্ৰাত খৰচ হ’ব। আৱেগক প্ৰশ্ৰয় নিদিব।

মীন-আনৰ কথা শুনি কোনো সিদ্ধান্ত নলব। কাৰোবাৰ লগত কথা কওতে সাৱধানে ক’ব।ব্যৱসায়ী সকলৰ বাবে শুভ।