Local, Vocal, Global

গৰু বিহুৰ দিনাই জুৰীয়াত শোকাৱহ ঘটনা !

ডিজিটেল ডেস্ক:- গৰু বিহুৰ দিনাই জুৰীয়াত শোকাৱহ ঘটনা। গৰু গা-ধোৱাবলৈ গৈ কিশোৰৰ সলিল সমাধি

গৰু বিহুৰ দিনাই জুৰীয়াত এক শোকাৱহ ঘটনা। গৰু গা-ধোৱাবলৈ গৈ নিখোজ কিশোৰ।

গৰু গা-ধোৱাবলৈ গৈ পানীত পৰিল অষ্টম শ্ৰেণীত পঢ়ি থকা এটি কিশোৰ।তাৰ পিছৰে পৰা নিখোজ হৈ আছে কিশোৰটি।

সন্ধানহীন হৈ থকা কিশোৰটিৰ নাম অৰ্নৱ চৌহান।স্থানীয় ৰাইজে কিশোৰটিক উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই