Local, Vocal, Global

ৰাজ্য চৰকাৰৰ কেবিনেটত বৃহৎ সিদ্ধান্ত

নিউজ ডেস্ক, ২৯ মে’- সংখ্যালঘু সকলৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেটত বৃহৎ সিদ্ধান্ত ।

মাইনৰিটী ডেভেলপমেন্ট বিভাগে সংখ্যালঘু প্ৰমাণ পত্ৰ দিয়াৰ বাবে প্ৰস্তাৱৰ প্ৰতি পুৰ্ণ সমৰ্থন ৰাজ্য চৰকাৰৰ।

সংখ্যালঘু লোক সকলক প্ৰমান পত্ৰ দিয়াৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ। ST,SC,OBC লোক সকলৰ দৰে সংখ্যালঘু লোকে লাভ কৰিব প্ৰমানপত্ৰ।

অসমত পোন প্ৰথম বাৰৰ বাবে এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। মুঠ ৬ টা সংখ্যা লঘু সম্প্ৰদায়ৰ বাবে এই প্ৰমাণ পত্ৰৰ ব্যৱস্থা। মুছলিম, খ্ৰীষ্টান, শিখ, জৈন, পাৰ্চী আৰু বৌদ্ধিষ্ট সম্প্ৰদায়ৰ লোকক প্ৰমাণ পত্ৰ দিয়াৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।