ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব গ্ৰন্থমেলা
গুৱাহাটীত অনুষ্ঠিত হ’ব গ্ৰন্থমেলা৷ কোভিড পৰিস্থিতিৰ পিছত অনুষ্ঠিত হ’ব গ্ৰন্থমেলা৷ গুৱাহাটী গ্ৰন্থমেলা আৰু উত্তৰ-পূব গ্ৰন্থমেলা একেলগে অনুষ্ঠিত হ’ব৷ প্ৰকাশন পৰিষদ আৰু গ্ৰন্থ বিক্ৰেতা সন্থাৰ দ্বাৰা যৌথভাৱে অনুষ্ঠিত হ’ব এইবাৰৰ গ্ৰন্থমেলা৷ ডিচেম্বৰৰ শেষ সপ্তাহত অনুষ্ঠিত হ’ব গ্ৰন্থমেলা৷