অসমৰ বাবে আহিছে আন এক ভাল খবৰ
টকিঅ” অলিম্পিকত অসম কন্যা লাভলিনাৰ সাফল্যৰ মাজতে অসমৰ বাবে আহিছে আন এক ভাল খবৰ।
ইজিপ্তত অনুষ্ঠিত হবলগীয়া ৱৰ্ল্ড কিকবক্সিং চেম্পিয়নশ্বিপত খেলাৰ সুযোগ উত্তৰ-পূৱৰ তিনি খেলুৱৈৰ।
ইয়াৰে অসমৰ দুই খেলুৱৈৰ দুজনেই লখিমপুৰৰ। অহা ১৮ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ অনুষ্ঠিত হবলগা ৱৰ্ল্ড কিকবক্সিং চেম্পিয়নশ্বিপত ভাগ লব লখিমপুৰৰ নিশা শইকীয়া আৰু যতীন দাসে।
কিন্তু আৰ্থিক দৈন্যতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় খেলখনত ভাগ লবলৈয়ো চিন্তাত পৰিছে খেলুৱৈ দুগৰাকীয়ে