এতিয়াৰে পৰা অসমীয়া ভাষা উপলব্ধ হ’ব অনলাইন মাৰ্কেটিং এপ ফ্লিপকাৰ্টত
অসমৰ বাবে এক সুখবৰ। এতিয়াৰে পৰা অসমীয়া ভাষা উপলব্ধ হ’ব অনলাইন মাৰ্কেটিং এপ ফ্লিপকাৰ্টত। অসমৰ ৰাইজে অসমীয়া ভাষাৰ ব্যৱহাৰ কৰি ই-কমাৰ্চ সেৱা ফ্লিপকাৰ্টৰ পৰা সামগ্ৰী ক্ৰয় কৰিব পাৰিব। এয়া নিঃসন্দেহে অসমবাসীৰ বাবে এক ভাল খবৰ । টুইটাৰযোগে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ও এই কথা প্ৰকাশ কৰে।মন্ত্ৰীগৰাকীয়ে টুইটাৰত টুইট কৰি কয় যে,”Glad to inform that Flipkart now offers Assamese language services in marketing of products.