Local, Vocal, Global

মাৰাডনাৰ মৃত্যুৰ ন্যায়ৰ দাবীত আৰ্জেণ্টিনাৰ ৰাজপথত শ শ লোক

ফুটবল কিম্বদন্তি দিয়েগো মাৰাডনাৰ মৃত্যুৰ ন্যায়ৰ দাবীত শ শ লোক প্ৰতিবাদৰ উদ্দেশ্যেৰে আৰ্জেণ্টিনাৰ ৰাজপথলৈ ওলাই আহে । মাৰাডনাৰ আগৰ পত্নী ক্ৰুদিয়া ভিলাফেন আৰু তেওঁৰ দুয়োজনী কন্যা এই গোচৰটোত সামাজিক আৰু আইনী ন্যায় আহ্বানৰ প্ৰতিবাদত অংশগ্ৰহণ কৰে । উল্লেখনীয় যে চিকিৎসাৰ অৱহেলিত কাৰণত মাৰাদনাৰ মৃত্যু হোৱাৰ সন্দেহত আৰ্জেন্টিনাৰ এটা বিশেষজ্ঞ পেনেলে এই বিষয়টোক লৈ অনুসন্ধান কৰি আছে ।