Local, Vocal, Global

মঙলগ্ৰহত লেজাৰ শ্ব’ট ব্যৱহাৰ কৰি পোনপ্ৰথমবাৰৰ বাবে বাণীবদ্ধ হ’ল শব্দ

লেজাৰ শ্ব’টৰ জৰিয়তে পোন প্ৰথমবাৰৰ বাবে মঙল গ্ৰহত বাণীবদ্ধ কৰা হৈছে শব্দ। শক্তিশালী কেমেৰা ব্যৱহাৰ কৰি মাৰ্চ মাহৰ ২ তাৰিখে ৩০ টাকৈ প্ৰভাৱশালী শব্দ বাণীবদ্ধ কৰা হৈছে। কিছুমান শব্দ খুবেই শক্তিশালী ।