Local, Vocal, Global

১০ দিনৰ ভিতৰত দেশজুৰি ক’ভিদ ১৯ ভেকচিন প্ৰদান অভিযান

দেশবাশীক সকাহ দি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ঘোষণা। প্ৰথম পৰ্যায়ত স্বাস্থ্য কৰ্মী সকলক সাঙুৰি লোৱা হব। ক’ভিড ১৯ ভেকিচন বনোৱা আৰু বৈজ্ঞানিক উদ্ভাৱনৰ বাবে ভাৰতক ভূইয়সী প্ৰসংসা বিল গেটচৰ ১০ দিনৰ ভিতৰত দেশজুৰি ক’ভিদ ১৯ ভেকিচন প্ৰদানৰ অভিযান আৰম্ভ হ’ব।

প্ৰায়  ১০ মাহ ধৰি মাৰাত্মক কোভিদ ১৯ক লৈ সংকিত দেশবাসীক এই ভাইৰাছটোৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে ১০ দিনৰ ভিতৰত দেশত টিকাকৰণ আৰম্ভ হব বুলি আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰিছে।