Local, Vocal, Global

পুনৰ টি আৰ পি কেলেংকাৰীত গ্ৰেপ্তাৰ ৰিপাব্লিক টিভিৰ আন এজন বিষয়াক

  • পুনৰ টি আৰ পি কেলেংকাৰীত জড়িত ৰিপাব্লিক টিভিৰ আন এজন বিষয়াক গ্ৰেপ্তাৰ
  • ৰিপাব্লিক টিভিৰ ডিষ্ট্ৰিবিউশ্যন এছিছটেন্ট ঘনশ্যামক গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰান্সৰ
  • ইয়াৰ পূৰ্বে প্ৰায় ৩০-৪০ ঘন্টা সময় সোধপোছ কৰা হৈছিল ঘনশ্যামক
  • আজি গ্ৰেপ্তাৰ কৰা কৰা হয় ৰিপাব্লিক টিভিৰ ডিষ্ট্ৰিবিউশ্যন এছিচটেন্ট ঘনশ্যামক