Local, Vocal, Global

ছচিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈ পৰা এখন ফটো

ছচিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈ পৰা এখন ফটো । যিখন ফটো share কৰিলে আপুনি হব পাৰে অধিক সম্পত্তিৰ মালিক তথা সকলোতকৈ সুখী যিখন ফটোৱে এতিয়া বিশেষ ভাবে চৰ্চা লাভ কৰাৰ লগতে এতিয়া সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে কোন হয় এওঁ কিয় ইমান share কৰা হৈছে এওঁৰ ফটো
সঁচাকৈয়ে এই ফটো খনে কৰা দাবী সত্য নে আচলতে বৰ্তমান সময়ত ছচিয়েল মেডিয়াৰ বহুতো পোষ্ট বিভিন্ন সময়ত চৰ্চালৈ আহি বহু কথা মানুহৰ মাজত দাঙি ধৰে ঠিক একে দৰে চাওঁ আহক আমাৰ আজিৰ এই প্ৰতিবেদন ফটো খনত দেখা গৈছে এগৰাকী জোঙা নাক মূৰত সেউজীয়া টুপী পৰিধান কৰা চুটি চাপৰ প্ৰাণী। এখন হাতত এটা টুকুৰী আনখন হাতত এটা পুতলা । যাক দেখিবলৈ সঁচাকৈয়ে আচৰিত লাগিছে। আপোনালোকে জানেনে এওঁ হল Elf of Luck । এই Elf of luck দুইধৰণৰ থাকে বগা আৰু কলা । Elf of luck হৈছে এটা লোককথাৰ চৰিত্ৰ। এটা অদৃশ্য শক্তি যাৰ দ্বাৰা ভাগ্য নিৰূপণ হয় বুলি পুৰণি নীতিমতে বিশ্বাস
জাৰ্মান উপাখ্যানত আছে এই Elf of luck ৰ কথা সেয়ে বৰ্তমান ছচিয়েল মিডিয়াত এক ট্রেণ্ড হৈ পৰিছে এই Elf of luck ৰ ফটো share কৰি ভাগ্য নিৰূপণ কৰা।

আচলতে বহুতৰে মতে এয়া মিছা কাৰণ আপোনাৰ ভাগ্য সদায় আপুনি কৰি যোৱা কামৰ ওপৰতহে নিৰ্ভৰ কৰে। আন কিছুমান বাবে এয়া সঁচা যিয়ে আপোনাৰ ভাগ্য নিৰ্ধাৰণ কৰিব পাৰে। আচলতে ছচিয়েল মিডিয়া কোন দিশে ধাৱমান ?

এনেকুৱা হয় নেকি ! কেতিয়া যিবোৰ কথা আমি লক্ষ্য কৰিব লাগে সেয়া নকৰি আমি অন্য কিছুমান কথাতহে মন দিওঁ। আচলতে এইবোৰ কথা কিমান দূৰ সত্য কোনোৱে নাজানে কিন্তু সকলোৱে এটা ট্রেণ্ড আহিলে নিশ্চয় follow কৰিব চেষ্টা কৰে।